খানাপাৰা কেন্দ্রীয় বিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা

খানাপাৰা কেন্দ্রীয় বিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা
  • খানাপাৰা কেন্দ্রীয় বিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা।

  • কাৰ ষ্টাণ্ট কৰি যুৱতীক চুলিত ধৰি চোঁচৰাই নিয়ে এজন যুৱকে।

  • যুৱতীগৰাকীক দিছিল অশ্লীল ইংগিত।

  • তাৰেই প্রতিবাদ কৰোতে চোঁচৰাই নিয়ে যুৱতীগৰাকীক।

  • ঘটনাক কেন্দ্র কৰি তীব্র আতংকৰ সৃষ্টি খানাপাৰাত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in