New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cecf3e07-ad77-46f6-a1dc-e41aca32b995/download.jpg)
খানাপাৰা কেন্দ্রীয় বিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা।
কাৰ ষ্টাণ্ট কৰি যুৱতীক চুলিত ধৰি চোঁচৰাই নিয়ে এজন যুৱকে।
যুৱতীগৰাকীক দিছিল অশ্লীল ইংগিত।
তাৰেই প্রতিবাদ কৰোতে চোঁচৰাই নিয়ে যুৱতীগৰাকীক।
ঘটনাক কেন্দ্র কৰি তীব্র আতংকৰ সৃষ্টি খানাপাৰাত।