/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/389fc90c-8d8e-433a-bfe5-77834b063074/rhino_23.jpg)
kazirong
ডিজিটেল সংবাদ বোকাখাতঃ ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ১৫ অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন।
ৰাজ্যৰ মুখ্যপ্ৰধান বন সংৰক্ষক এম কে যাদৱে এই কথা প্ৰকাশ কৰিছে। পৰ্যটকৰ অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত ৩টা গঁড়ৰ প্ৰতিমূৰ্তি। ২০২১ৰ ২২ ছেপ্টেম্বৰত দাহন কৰা খৰ্গৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়কেইটা।
এসপ্তাহৰ ভিতৰত নিৰ্মাণকাৰ্য সমাপ্ত হ’ব বুলি প্ৰকাশ কৰিছে এম কে যাদৱে।