/asomiyapratidin/media/media_files/2025/05/20/7mjtNgyRqXIAeh7ennfQ.jpg)
পুনৰ ৩১ মে’লৈ পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ডিজিটেল সংবাদ, কাজিৰঙাঃ বন্ধ ঘোষণাৰ পাছতে পুনৰ ৩১ মে’২০২৫ লৈকে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটক আৰু জীপ ছাফাৰী সন্থাৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এই সিদ্ধান্ত ৷
/asomiyapratidin/media/media_files/2025/05/20/2qIw3mILxq4R8x6Zgdca.jpeg)
পূৰ্বে ১৯ মে’ৰ পৰা বন্ধৰ জাননী জাৰি কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উদ্যানখনৰ কহঁৰা, বাগৰী আৰু অগৰাতলী বনাঞ্চলত পৰ্যটকে কৰিব পাৰিব জীপ ছাফাৰী ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us