কাজিৰঙালৈ সোঁত বৈছে দেশী-বিদেশী পৰ্যটকৰ

ডাঠ কুৱলীৰ আৱৰণ ফালি কৰা হাতী ছাফাৰীৰ পাছত শাৰী শাৰী জীপ ছাফাৰীৰে উদ্যান ভ্ৰমণ কৰা অধিকাংশ পৰ্যটকৰে সৌভাগ্য হৈছে বিগ ফাইভ দৰ্শনৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃআজি বছৰৰ অন্তিমটো দেওবাৰ। কাজিৰঙাত  ভিৰ কৰিছে বহু দেশী -বিদেশী পৰ্যটকে।সমান্তৰালকৈ কাজিৰঙাৰ নয়নাভিৰাম শোভাই আপ্লুত কৰিছে দেশ-বিদেশৰ পৰ্যটকক। 

WhatsApp Image 2025-12-28 at 8.21.54 AM (1)

ডাঠ কুৱলীৰ আৱৰণ ফালি কৰা হাতী ছাফাৰীৰ পাছত শাৰী শাৰী জীপ ছাফাৰীৰে উদ্যান ভ্ৰমণ কৰা অধিকাংশ পৰ্যটকৰে সৌভাগ্য হৈছে বিগ ফাইভ দৰ্শনৰ ।বিভিন্ন জীৱকুলৰ লগতে উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ জলাশয়ত আলহী পক্ষীৰে ভৰি পৰাত উৎফুল্লিত হৈ পৰিছে পৰ্যটকৰ লগতে টুৰিষ্ট গাইডসকল।

WhatsApp Image 2025-12-28 at 8.21.53 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা