New Update
/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-3-27-2025-12-01-15-42-28.jpg)
- কাছাৰ জিলাৰ কাটিগড়াত বিজেপি যুৱ নেতাৰ মৃতদেহ উদ্ধাৰ
- মৃত যুৱ নেতাজনৰ নাম সত্যজিৎ দাস
- ২৬ বছৰীয়া সত্যজিৎ বিজেপিৰ কাটিগড়া মণ্ডল যুৱ মৰ্ছাৰ সভাপতি আছিল
- অত্যাধিক মানসিক চাপৰ বাবে আত্মহননৰ পথ বাছি লৈছিল যুৱ নেতাগৰাকীয়ে
- নিজৰ কোঠাত নিশা সংঘটিত কৰিছিল এই অঘটন
- কাটিগড়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱা আৰু দণ্ডাধীশৰ উপস্থিতিত দুৱাৰ ভাঙি উদ্ধাৰ কৰা হয় মৃতদেহ
- পৰিয়ালৰ অভিযোগ ঋণ উভতাই দিবলৈ তেওঁক ধন ধাৰে দিওতাই দিছিল হেঁচা
- ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us