কাতি বিহুৰ বন্তিৰ আলোকেৰে জিলিকিছে মহুৰা পথাৰ...

অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা

author-image
Asomiya Pratidin
New Update
কাতি বিহুৰ বন্তিৰ আলোকেৰে জিলিকিছে মহুৰা পথাৰ...

Atul Bora

ডিজিটেল সংবাদ,বোকাখাটঃ আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু। নাম-প্ৰসংগ, গায়ন-বায়নৰে আধ্যাত্মিক পৰিৱেশৰ মাজত মঙলবাৰে সন্ধিয়া বোকাখাট কৃষি মহকুমা বিভাগৰ উদ্যোগত কমাৰগাঁওস্থিত মহুৰা পথাৰত আয়োজন কৰে কাতি বিহু ।

Advertisment

অনুষ্ঠানত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা । মহুৰা পথাৰত অনুষ্ঠিত হোৱা আজিৰ অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী, বি জে পি জিলা সভাপতি দেৱ প্ৰদীপ বৰা, মহকুমাধিপতি ড০ নিশা যাদৱ আদিকে ধৰি বোকাখাট মহকুমা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

bokakhat kati bihu ATUL BORA