New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- নগাঁও জিলাৰ কচুৱা আৰক্ষীৰ জোৰদাৰ অভিযান।
- নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ।
- আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক এজন।
- কচুৱা তিনিআলি বজাৰৰ পৰা ড্ৰাগছসহ আটক কৰে আতাউৰ ৰহমানক।
- আতাউৰৰ ঘৰ ৰজাআলি গাঁৱত।
- ধৃত আতাউৰৰ পৰা ২২ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ ৷
- জব্দ কৰা হেৰ'ইনখিনিৰ ওজন ৩১.৬৫ গ্ৰাম বুলি আৰক্ষীয়ে সদৰী কৰে ৷