কাশ্মীৰত সেনাৰ সন্ত্রাসবাদ বিৰোধী অভিযান অব্যাহত

মঙলবাৰৰ ঘটনাৰ পাছত কাশ্মীৰৰ কেইবাটাও স্থানত সেনাৰ সন্ত্রাসবাদ বিৰোধী অভিযান অব্যাহত আছে। আজি এই অভিযানত দুজনকৈ সন্ত্ৰাসবাদী নিহত হয়...

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...
  • কাশ্মীৰৰ কেইবাটাও স্থানত সেনাৰ সন্ত্রাসবাদ বিৰোধী অভিযান 
  • পুৱাৰ ভাগত বাৰামুল্লাত এনকাউণ্টাৰ
  • বাৰামুল্লাত দুটাকৈ সন্ত্রাসবাদী নিহত 
  • কিছুসময়ৰ পূৰ্বে কুলগামত সেনাৰ অভিযান আৰম্ভ
  • কুলগামৰ তানমাৰ্গত অব্যাহত এনকাউণ্টাৰ
  • সন্ত্রাসবাদীয়ে এটা ঘৰত আশ্রয় লৈ থকাৰ সন্দেহ সেনাৰ
কাশ্মীৰ