/asomiyapratidin/media/media_files/2025/09/12/ujjjd-2025-09-12-10-08-07.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা ৭.৩০বজাত দেহাৱসান ঘটে গুৱাহাটীৰ গান্ধীবস্তিৰ সৰবৰহী মহিলা কৰুণাবালা কলিতাৰ।বাৰ্ধক্যজনিত কাৰণত ৯০বছৰ বয়সত মৃত্যু হোৱা কলিতাৰ অঞ্চলটোৰ ভিন্ন সামাজিক কামৰ সৈতে জৰিত হৈ আছিল। মহিলাগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে, মৃত্যুৰ সময়ত তেওঁ ৪ পুত্ৰ-বোৱাৰী এগৰাকী জী-জোঁৱাই আৰু নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে। পৰিয়াল আৰু গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শশ্মানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us