অচিৰেই মন্ত্ৰী-বিধায়কৰ দৰমহা বাঢ়িব...

মুখ্যমন্ত্ৰীৰ মাহিলী বেতন ৭৫হাজাৰৰ পৰা বৃদ্ধি হৈ হ'বগৈ ডেৰ লাখ টকা। ইফালে প্ৰতিগৰাকী বিধায়কৰ মাহিলী দৰমহা ৬০হাজাৰৰ পৰা বৃদ্ধি কৰি কৰা হব ১.২৫লাখ টকা। অৰ্থাত প্ৰায় দুগুণ বৃদ্ধি পাব

author-image
Asomiya Pratidin
New Update
 মুখ্যমন্ত্ৰীৰ মাহিলী বেতন ৭৫হাজাৰৰ পৰা বৃদ্ধি হৈ হ'বগৈ ডেৰ লাখ টকা। ইফালে প্ৰতিগৰাকী বিধায়কৰ মাহিলী দৰমহা ৬০হাজাৰৰ পৰা বৃদ্ধি কৰি কৰা হব ১.২৫লাখ টকা। অৰ্থাত প্ৰায় দুগুণ বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা। মন্ত্ৰী -বিধায়কৰ এই দৰমহাক লৈ ইতিমধ্যে প্ৰস্তাৱ লৈছে কৰ্ণাটক বিধানসভাত।

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ মাহিলী বেতন ৭৫হাজাৰৰ পৰা বৃদ্ধি হৈ হ'বগৈ ডেৰ লাখ টকা। ইফালে প্ৰতিগৰাকী বিধায়কৰ মাহিলী দৰমহা ৬০হাজাৰৰ পৰা বৃদ্ধি কৰি কৰা হব ১.২৫লাখ টকা। অৰ্থাত প্ৰায় দুগুণ বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা। মন্ত্ৰী -বিধায়কৰ এই দৰমহাক লৈ ইতিমধ্যে প্ৰস্তাৱ লৈছে কৰ্ণাটক বিধানসভাত।

Advertisment

দৰাচলতে কৰ্ণাটক চৰকাৰে অচিৰেই বিধানমণ্ডলৰ প্ৰতিনিধি আৰু মন্ত্ৰীৰ বেতন বৃদ্ধিক লৈ বিধানমণ্ডল বেতন, পেঞ্চন আৰু ভাট্টা সংশোধনী বিধেয়ক, ২০২৫ সদনত দাখিল কৰিব। এই বিধেয়ক অনুসৰি সকলো জনপ্ৰতিনিধিৰ মাহিলী দৰমহা প্ৰায় দুগুণ বৃদ্ধি পাব। 

এই বিধেয়ক অনুসৰি, বিৰোধী দলৰ নেতাগৰাকীৰ মাহিলী ভাট্টা ৬০হাজাৰৰ পৰা ৮০হাজাৰ টকাৰ লগতে অন্যান্য ভাট্টা লাভ কৰিব আঢ়ৈ লাখৰ পৰা ৩লাখ টকা। ইফালে বিধানসভাৰ অধ্যক্ষৰ মাহিলী দৰমহা ১.২৫লাখ টকালৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য় ভাট্টা লাভ কৰিব প্ৰায় ৪লাখ টকা। 

মন্ত্ৰী