New Update
/asomiyapratidin/media/media_files/2025/02/25/QDR37T4PszX3iwLfaV1x.jpg)
- USTMৰ আচাৰ্য মহবুবুল হকক ৪দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ
- শ্রীভূমি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে প্রেৰণ কৰে জিম্মালৈ
- লগতে আন ৫ অভিযুক্তকো ৪দিনৰ আৰক্ষী জিম্মালৈ
- অভিযুক্তকেইজন, হিৰামণি শইকীয়া, বিজয় দত্ত, ৰেজাক আলী
- আন দুই অভিযুক্ত নুমান আহমেদ, ইমদাদুৰ ৰহমান
- আৰক্ষীয়ে ৭দিনৰ জিম্মাত বিচাৰিছিল আটাইকেইজনকে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us