/asomiyapratidin/media/media_files/2025/04/17/dQPzaBKEjKgnhcfzmKQl.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। পুৱাই মুখ্যমন্ত্ৰী গৰাকীৰ হেলিকপ্টাৰ ডিফু তাৰালাংচস্থিত অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়।
/asomiyapratidin/media/media_files/2025/04/17/PYvY53FYWDHVhYXlkISE.jpg)
মুখ্যমন্ত্ৰী গৰাকীক আদৰণি জনায় কাৰ্বি পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাঙসহ সাংসদ অমৰ চিং টিচ্চ, বিধায়ক বিদা চিং ইংলেণ্ড, পৰিষদৰ ইএম লূণ চিং টেৰণ, প্ৰভাত চন্দ্ৰ তাৰৌ, আদি কৰি জিলাখন উচ্চ প্ৰশাসনীয় বিষয়া উপস্থিত থাকে ৷
/asomiyapratidin/media/media_files/2025/04/17/BO6mKvxXXySKXTuMY8Wb.jpg)
উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে এই দুটা দিনৰ ভিন্ন কামৰ লগতে দল-সংগঠনৰ নেতাসকলৰ সৈতেও বৈঠকত অংশগ্ৰহণ কৰিব।