" কামপুৰত বানৰ বিভীষিকা। নিশা কপিলীয়ে খহাই নিলে পটিয়াপামৰ মথাউৰি। মথাউৰীটো চিঙাৰ ফলত বিপদ নামিছে কপিলীৰ উত্তৰ পাৰলৈ। কপিলীৰ দক্ষিণপাৰৰ গোঁসাই গাঁৱটো পথৰ ওপৰৰে বাগৰিছে পানী। কচুৱাত বৰপানী নৈ তাণ্ডৱত ন ন অঞ্চল প্লাৱিত। "