গৰুক গা ধোৱাবলৈ গৈ কপিলীত সন্ধানহীন ছাত্ৰ...

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে কামপুৰত এক অঘটনমাজতে কামপুৰত এক অঘটন সংঘটিত হয়।ৰঙালী বিহুৰ আনন্দ উল্লাসৰ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ

author-image
Asomiya Pratidin
New Update
ikk

ikk Photograph: (ikk)

ডিজিটেল সংবাদ,কামপুৰঃ  ৰঙালী বিহুৰ আনন্দ উল্লাসৰ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে কামপুৰত এক অঘটনমাজতে কামপুৰত এক অঘটন সংঘটিত হয়।

Advertisment

গোধনক গা ধুৱাব  গৈ কপিলী নদীত সন্ধানহীন এজন ছাত্ৰৰ। জানিব পৰা মতে  একে ঘৰৰে বিশাল হাজৰিকা আৰু মুন্নী হাজৰিকা লগতে আনজন এটা পৰিয়ালৰে চিন্টু হাজৰিকা সৈতে গৰুক গা ধুৱাই থাকোতে তিনিওজন কিশোৰ পানীত ডুব যায় যদিও দুজনক কথমপি উদ্ধাৰ কৰি  দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয়লোকে।

আনফালে সন্ধানহীন ছাত্ৰজনক ৰাইজে কপিলী নদীত  বিচাৰিছে যদিও কোনো সম্ভেদ পোৱা নাই যুৱকজনৰ। 
বৰ্তমানে সন্ধানহীন দেৱনাৰিকলিৰ বিশাল হাজৰিকা নামৰ ছাত্ৰজন।

কপিলী