/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/39b72c03-c1a1-40c4-9112-122de26309cc/AP_FOR_WEB__kapili_.jpg)
আজি পুৱাৰ পৰা হোৰা-হোৰে বাঢ়িছে কপিলীৰ জলপৃষ্ঠ
শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ
কামপুৰ-পশ্চিম কাৰ্বিআংলং আৰু কামপুৰ যমুনামুখ পথেৰে পানী বাগৰাত যাতায়ত ব্যাহত
কামপুৰৰ বিভিন্ন অঞ্চলৰ ৫টা শিবিৰত আশ্ৰয় লৈছে প্ৰায় ৩ শতাধিক পৰিয়ালে
মঙলবাৰে কিছু পৰিমাণে কৰিছিল পানী
Also Read: সাৱধান মহানগৰবাসীঃ গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত