মুখ্য-পৃষ্ঠা অসম কামপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ১জন সোমাবাৰৰ নিশা কামপুৰৰ দক্ষিণ চাংচকীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গাঁতত পৰিল স্কুটী আৰোহী । থিতাতে নিহত চাংচকীৰ নিৱাসী স্কুটী আৰোহী প্ৰদীপ বৰা Asomiya Pratidin 01 Jul 2025 14:41 IST Follow UsNew Updateসোমাবাৰৰ নিশা কামপুৰৰ দক্ষিণ চাংচকীত ভয়ঙ্কৰ পথ দুৰ্ঘটনানিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গাঁতত পৰিল স্কুটী আৰোহী থিতাতে নিহত চাংচকীৰ নিৱাসী স্কুটী আৰোহী প্ৰদীপ বৰাদুৰ্ঘটনাগ্ৰস্ত স্কুটী খনৰ নম্বৰ এএছ০২-এপি-৪৭৫৯ কামপুৰআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক