বৃদ্ধি হ’ল কামপুৰত ৰে'লৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা...

বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৷ কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত থকা দুই তিনি দিনীয়া পোৱালিটোৰ মৃত্যু। দুৰ্ঘটনাটো মৃত্যু হোৱা হাতীৰ সংখ্যা বৃদ্ধি পালে আঠটালৈ ।

author-image
Asomiya Pratidin
New Update
jdjdjdjd
  • বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৷
  • কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত থকা দুই তিনি দিনীয়া পোৱালিটোৰ মৃত্যু।
  • দুৰ্ঘটনাটো মৃত্যু হোৱা হাতীৰ সংখ্যা বৃদ্ধি পালে আঠটালৈ ।
  • গুৰুতৰ ভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত অনা হৈছিল কাজিৰঙালৈ ৷
  • চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যু হয় হাতী পোৱালিটোৰ ।
কামপুৰ