Advertisment

কামপুৰত অঘটন : কপিলীত জাপ দি সন্ধানহীন যুৱক...

নগাঁও জিলাৰ কামপুৰত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। শুকুৰবাৰে পুৱা এজন যুৱকে কপিলী নৈত জাপ দিয়াৰ পাছৰে পৰা সন্ধানহীন হয়

author-image
Asomiya Pratidin
New Update
কপিলীত জাপ দি সন্ধানহীন যুৱক

কপিলীত জাপ দি সন্ধানহীন যুৱক

ডিজিটেল সংবাদ, কামপুৰ : নগাঁও জিলাৰ কামপুৰত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। শুকুৰবাৰে পুৱা এজন যুৱকে কপিলী নৈত জাপ দিয়াৰ পাছৰে পৰা সন্ধানহীন হয় । 

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি, কামপুৰ ভলভলীয়া গাঁৱৰ সুমিত মণ্ডল (৩০)নামৰ যুৱকজনে আজি পুৱা নৈত জাপ দিয়ে । ইয়াৰ পাছতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বাতৰি লিখাৰ পৰলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই ।

kampur