New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- কামপুৰত অঘটন।
- কামপুৰৰ পুঠিমাৰীত ট্ৰেক্টৰৰ খুন্দাত এটি শিশু নিহত।
- নিহত শিশুটিৰ নাম বিকি দাস।
- ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে।
- জানিব পৰা মতে পথেৰে গৈ থকা অৱস্থাত মহতিয়াই নিয়ে তীব্ৰবেগী ট্ৰেক্টৰখনে।