New Update
/asomiyapratidin/media/media_files/2025/11/24/4-2025-11-24-18-50-14.jpg)
- কামপুৰৰ তেঁতেলীসৰা পথাৰত প্ৰকাণ্ড হাতীৰ জাকে নিদ্ৰা হৰিছে কৃষকৰ
- দেওঁবাৰৰ নিশাৰ ভাগত অঞ্চটোত প্ৰৱেশ কৰিছিল এটা হাতীৰ জাকে
- পথাৰৰ পকাধান খাই তহিলং কৰিছে বন্যহস্তীৰ জাকটোৱে
- শংকিত হৈ পৰিছে কৃষকসকল
- কেঁচাটেই পথাৰৰ পকাধান কাটিবলৈ বাধ্য হৈছে কৃষকসকল
- জুই জ্বলাই,ফটকা ফুটাই হাতী খেদিবলৈ চেষ্টা বন বিভাগৰ লোকৰ লগতে স্থানীয় ৰাইজৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us