/asomiyapratidin/media/media_files/2025/07/12/goru-sur-12-2025-07-12-14-34-23.jpg)
ডিজিটেল সংবাদ কামপুৰঃ কামপুৰত চোৰাং গৰু ভৰ্তি বলে'ৰ পিকাপ জব্দ ৷ কামপুৰ আৰক্ষীয়ে ১২ টা চোৰাং গৰুসহ তিনিজন লোকক আটক কৰে ৷
নথি পত্ৰ অবিহনে অবৈধভাৱে কঢ়িয়াই আনিছিল গৰুসমূহ ৷ ধৃত লোক কেইজন খাইৰুল ইছলাম, মহমাদুল ইছলাম আৰু আব্দুল কাচেম ৷ চোৰাং গৰুসমূহ গো-শালালৈ প্ৰেৰণ কৰাৰ লগতে ধৃত লোক কেইজনক 88/25 নম্বৰত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ জব্দ কৰা বাহন খনৰ নম্বৰ AS01RC 5150 বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us