ধুবুৰীত কমতাপুৰ ফুটবল টুৰ্ণামেন্ট ২০২২...

শুভ উদ্বোধন কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য গোকুল বৰ্মণে

author-image
Asomiya Pratidin
New Update
ধুবুৰীত কমতাপুৰ ফুটবল টুৰ্ণামেন্ট ২০২২...

kamatapur football

ডিজিটেল সংবাদ, ধুবুৰীঃ পোন প্ৰথমবাৰৰ বাবে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 'কমতাপুৰ ফুটবল টুৰ্ণামেন্ট ২০২২' অনুষ্ঠিত কৰে।

Advertisment

মঙলবাৰে টুৰ্ণামেন্টৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য গোকুল বৰ্মণে। উদ্বোধনী অনুষ্ঠানত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য যথাক্ৰমে সুধীৰ চন্দ্র ৰায় , জীৱেশ ৰায় ,সমবায় বিভাগৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায় লগতে অন্যান্য কাৰ্যবাহী পাৰিষদ, সাধাৰণ সদস্যসকল বৃহত্তৰ শালকোচা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

football dhuburi kamatapur