/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4a0b18aa-d8f0-4cc0-a05c-035db727e8ea/10.jpg)
ডিজিটেল সংবাদ,দুমুনিচকীঃ কামৰূপ জিলাৰ কমলপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত পূৱ কামৰূপ অঞ্চলৰ কেইবাখনো গাঁও বানত প্লাবিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cf43eb92-fe2f-46f1-8d71-9513cdc96616/a0978e3e-26e6-4acb-8693-a7574f97f77b.jpg)
নেৰা নেপেৰা বৰষুণৰ ফলত বৰনৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ পাৰ ভাঙি আজি পুৱতি নিশা অঞ্চলটোৰ মালিবাৰী, বাথান, মৈজালি আদি গাঁও প্লাবিত হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5f8cff4f-bfbc-459d-a7ff-96e8e5936af7/204329f5-53c1-4bc7-a5a0-0ecbb689125f.jpg)
উল্লেখ্য যে মালিবাৰী অঞ্চলৰ একাংশ সমাজ বিৰোধী লোকে পূৰ্বৰ পানী পৰিবাহী কালভাৰ্টবোৰ বেদখল কৰি লোৱাৰ ফলত নৈৰ পানী ওলাই যাব পৰা ৱনাই। ফলত ক্ষয় ক্ষতিৰ পৰিমাণ অধিক হোৱা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3a6465ec-baec-4d8e-8b01-6fdb93c2f40d/699015e2-818e-4151-9620-a8743e9fcd06.jpg)