কাকপথাৰস্থিত ভাৰতীয় সেনা শিবিৰত ভয়ংকৰ আক্রমণ, আহত ৩ জোৱান

কাকপথাৰস্থিত ভাৰতীয় সেনা শিবিৰত ভয়ংকৰ আক্রমণ। সেনা শিবিৰলৈ লক্ষ্য কৰি ৩টা UBGL নিক্ষেপ। UBGL নিক্ষেপৰ পিছতে প্রায় আধা ঘণ্টা ধৰি গুলীচালনা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-16 at 7.56.24 PM
  • কাকপথাৰস্থিত ভাৰতীয় সেনা শিবিৰত ভয়ংকৰ আক্রমণ
  • সেনা শিবিৰলৈ লক্ষ্য কৰি ৩টা UBGL নিক্ষেপ
  • UBGL নিক্ষেপৰ পিছতে প্রায় আধা ঘণ্টা ধৰি গুলীচালনা
  • ঘটনাত ভাৰতীয় সেনাৰ ৩ গৰাকী জোৱান আহত
  • এই আক্রমণত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ
  • মাজনিশা প্রায় ১২.৩০ বজাত সংঘটিত এই আক্রমণ
  • আক্রমণকাৰী দলটোৱে ব্যৱহাৰ কৰিছিল এখন ট্রাক
  • ইতিমধ্যে অৰুণাচলৰ টেঙাপানীত উদ্ধাৰ কৰা হৈছে ট্রাকখন
কাকপথাৰ