মহানগৰীত হত্যাকাণ্ডঃ চাৰি বন্ধুৱে ল'লে বন্ধুৰ প্ৰাণ

কাহিলিপাৰাত সংঘটিত হৈছে হত্যাকাণ্ড। চাৰি বন্ধুৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আকাশ নামৰ এজন যুৱক। হাস্পতাললৈ নিয়াৰ পথতে মৃত্যুক সাবতি লয় আকাশ চৌধুৰীয়ে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মনমন
  • মহানগৰীৰ কাহিলিপাৰাত নৃশংস হত্যাকাণ্ড
  • ৪ বন্ধুৰ আক্ৰমণত নিহত এজন যুৱক
  • নিহত যুৱকজনৰ নাম আকাশ চৌধুৰী
  • নিশা আটাইকেইজনে একেলগে কৰিছিল সুৰাপান
  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে হত্যাকাৰী চাৰি বন্ধুক
  • পাৱাৰ হাউচৰ সমীপৰ IMFL দোকানৰ কাষত এই ঘটনা
  • সংকটজনক অৱস্থাত হায়াট হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় আকাশৰ
  • ধৃত বনজিৎ ৰাজবংশী, জিয়াৰুল আলী, দেৱব্রত মল্লিক, তৰুণ বুঢ়াগোহাঁই
হত্যাকাণ্ড