/asomiyapratidin/media/media_files/2025/06/11/2cZe6SUpwmxg5HfTlMaE.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ কচুৱা আৰক্ষীয়ে আজি অভিযান চলাই চিতলমাৰীৰ পৰা ড্ৰাগছ সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম ৰুহুল আমিন (৩০) বুলি জনা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি,
তিনিটা কণ্টেনাৰত থকা ব্ৰাউন চুগাৰ খিনিৰ পৰিমান ০.৯৮ গ্ৰাম।ইতিমধ্যে আৰক্ষীয়ে ৰুহুল আমিনক গ্ৰেপ্তাৰ কৰিছে আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us