New Update
/asomiyapratidin/media/media_files/2025/02/13/MZNiiLMyGeCnTK93Q9Zx.jpg)
জালুকবাৰী Photograph: (জালুকবাৰী)
- হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰাক্তন সঞ্চালিকা কবিতা ডেকাৰ ৰহস্যজনক মৃত্যু।
- জালুকবাৰী নিজ বাসগৃহত উদ্ধাৰ কবিতা ডেকাৰ মৃতদেহ।
- মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা গোচৰত অভিযুক্ত আছিল বিষয়াগৰাকী।
- কবিতা ডেকাৰ বাসগৃহত কিছুদিন পূৰ্বে চলিছিল অভিযান।
- কবিতা ডেকাই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
- জালুকবাৰীৰ সুধাকণ্ঠ পথত থকা বাসগৃহত আত্মহনন প্ৰাক্তন বিষয়াগৰাকীৰ।