New Update
/asomiyapratidin/media/media_files/2026/01/07/588-2026-01-07-17-10-25.jpg)
- অসম বিজেপিৰ পিতামহস্বৰূপ কবিন্দ্ৰ পুৰকায়স্থ আৰু নাই।
- বুধবাৰে বিয়লি প্ৰায় ৫-০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেখেতে।
- শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ নেতাগৰাকীৰ।
- অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল তেওঁ।
- ৰাজনীতিত ভৰি থোৱাৰ আগেয়ে তেখেত আছিল শিক্ষক।
- পুৰকায়স্থৰ বিয়োগত মৰ্মাহত হৈ পৰিছে বিভিন্ন মহল।
- ইতিমধ্যে বিভিন্ন ৰাজনৈতিক নেতা- কৰ্মীৰ উপৰি শুভাকাঙ্খীসকলে ভিৰ কৰিছে শিলচৰ মেডিকেল কলেজত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us