New Update
/asomiyapratidin/media/media_files/2025/10/05/whatsapp-image-202-2025-10-05-17-34-56.jpeg)
- কৃত্ৰিম বানৰ কবলত যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
- উৰণ সেঁতুৰ তলৰ ঘাইপথচোৱাত তিনিৰ পৰা চাৰি ফুট পৰ্যন্ত পানী
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/05/iuioi-2025-10-05-17-33-21.jpg)
- এজাক মূষলধাৰ বৰষুণৰ পিছতেকৃত্ৰিম বানত বুৰিল ৰাষ্ট্ৰীয় ঘাইপথ
- বিয়লি প্ৰায় ২.৩০ বজাৰ পৰা ৩ বজালৈ আহিছিল এজাক বৰষুণ
- সন্ধিয়া পৰ্যন্ত যোৰাবাটত এককাল পানী
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/05/captur-2025-10-05-17-33-02.jpg)
- ৰাজপথতে আবদ্ধ হৈ পৰিছে একাংশ বাহন
- যাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৰণ সেঁতুৰ ওপৰৰে উজনি-নামনিৰ বাহনসমূহ চলাচলৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে
- বৰষুণৰ প্ৰকোপ নকমিলে পথৰ পানী বৃদ্ধিৰ সম্ভাৱনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us