/asomiyapratidin/media/media_files/2025/09/28/new-ap-web-1-17-2025-09-28-15-18-55.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰেপ্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হয় জোনমণি গগৈ। সমাধিস্থলীত উপস্থিত হৈয়ে বন্তি প্ৰজ্জ্বলন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জোনমণি গগৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/28/capturegfgfgfg-2025-09-28-15-19-44.jpg)
উল্লেখযোগ্য যে, ১৯৮৮ চনতে জুবিন গাৰ্গক লগ পাইছিল জোনমণি গগৈয়ে। জুবিনৰ গীতত স্থান পাইছিল এই জোনমণিয়ে। তামুলপুৰ হাইস্কুলত জুবিন গাৰ্গৰ সহপাঠী আছিল জোনমণি। জুবিনে তবলা বজাইছিল আৰু জোনমণিয়ে গাইছিল গীত। জুবিন গাৰ্গৰ দহাৰ দিনা আবেগিক জোনমণিয়ে সোঁৱৰিলে দশম শ্ৰেণীত লগ পোৱা সহপাঠীৰ স্মৃতি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us