/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/54ba1f5b-2363-42b6-8683-cf3d52b73bb0/bheti_kho.jpg)
গ্ৰেপ্তাৰ কনিষ্ঠ গাণণিক সহায়ক জগত চন্দ্ৰ নাথ
-
উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ গাণণিক সহায়ক।
-
গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ৷
-
NPS ৰ টকা মোকলাই দিয়াৰ নামত ৩০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ।
-
গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ গাণণিক সহায়কগৰাকীৰ নাম জগত চন্দ্ৰ নাথ।
-
এগৰাকী শিক্ষকৰ পৰা NPS ৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ কোষাগাৰৰ জগত চন্দ্ৰ নাথ।