New Update
/asomiyapratidin/media/media_files/2025/02/22/yGhbZxsLUPWFfMmv64al.jpg)
সাংবাদিক Photograph: (সাংবাদিক)
- ধুবুৰীৰ বন্দিহানাত ভুৱা বাতৰি যোগান ধৰি আটক এজন সাংবাদিক।
- বন্দিহানা আৰক্ষীয়ে আটক কৰে ৰাজু আহমেদ ওৰফে ছবুৰ উদ্দিন নামৰ সাংবাদিক জনক ।
- জৰুৱাৰ চৰ পাব্লিক হাই স্কুল পৰীক্ষা কেন্দ্ৰত সাধাৰণ গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰি আটক হল ৰাজু আহমেদ।
- বিদ্যালয় কৰ্তৃপক্ষই দাখিল কৰা এজেহাৰৰ ভিত্তিত বন্দিহানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰ্টেল সাংবাদিক ৰাজু আহমেদক ।
- ৰাজু আহমমেদ জনগণ বার্তা পৰ্টেল সংবাদ কৰ্মী হিচাপে কাম কৰিছিল ।