কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত নিহত সাংবাদিক

গুৱাহাটীৰ পৰা নগাঁও অভিমুখী কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় সাংবাদিকজনৰ। ঘটনাটো সন্ধিয়া প্ৰায় ৭:৩০ বজাত সংঘটিত হয়। কাকতীৰ ঘৰ ৰহাৰ দীঘলদৰিত...

author-image
Asomiya Pratidin
New Update
1 nagaon 2
  • ৰহাৰ সৰাগাঁৱত এগৰাকী সাংবাদিকৰ মৃত্যু
  • কলংপাৰ এক্সপ্ৰেছ নামৰ ৰেলখনৰ খুন্দাত নিহত সাংবাদিক কুঞ্জ কাকতী
  • ঘটনাটো সন্ধিয়া প্ৰায় ৭:৩০ বজাত সংঘটিত হয়
  • মৃত কুঞ্জ কাকতীৰ ঘৰ ৰহাৰ দীঘলদৰিত
  • কুঞ্জ কাকতীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ একাংশৰ
  • ঘটনাস্থলীত উপস্থিত ৰেল আৰক্ষী আৰু ৰহা আৰক্ষী
  • প্ৰকৃত ঘটনা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব 
নগাঁও ৰহা সাংবাদিক