সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাক কামৰ পৰা অব্যাহতি...

অৱশেষত চাকৰীৰ পৰা অব্যাহতি দিলে এছ চি ই আৰ টি কেলেংকাৰীৰে নাম সাঙোৰ খোৱা সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাক।

author-image
Asomiya Pratidin
New Update
সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাক কামৰ পৰা অব্যাহতি...

ডিজিটেল ডেস্ক : অৱশেষত চাকৰীৰ পৰা অব্যাহতি দিলে এছ চি ই আৰ টি কেলেংকাৰীৰে নাম সাঙোৰ খোৱা সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাক। সাংবাদিকগৰাকীয়ে কৰ্মৰত সংবাদ প্ৰতিষ্ঠানটোয়ে টুইটাৰ যোগে এই কথা সদৰি কৰিছে। এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দি এনে দুৰ্নীতিৰ ক্ষেত্ৰত সংবাদ প্ৰতিষ্ঠানটোয়ে কেতিয়াও আপোচ নকৰে বুলি উল্লেখ কৰিছে টুইটোত।

উল্লেখ্য যে, আন এগৰাকী সাংবাদিক তথা আন দুই আৰ টি আই কৰ্মীৰ সৈতে মুখ্যমন্ত্ৰী তদাৰকি শাখাই গ্ৰেপ্তাৰ কৰিছে সাংবাদিকগৰাকীক।

Also Read: দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত ঘৰলৈ উভতিব বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা...

SCERT Scam: