কোনো মতে বাচিল! পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদুলি মুখত ভাৰতৰ মিছাইল...

পাকিস্তানত ভাৰতৰ ভয়ংকৰ আক্ৰমণ।  প্ৰায় ১০০খন যুঁজাৰু বিমানেৰে পাকিস্তানৰ মূল মূল স্থানত মিছাইল নিক্ষেপ কৰিছে ভাৰতে। শেহতীয়াকৈ খবৰ আহিছে যে, ভাৰতীয় সেনাই পাক প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ পৰা কিছু

author-image
Asomiya Pratidin
New Update
খালী কৰা হৈছে ইণ্ডিয়া গেট

ডিজিটেল ডেস্কঃ পাকিস্তানত ভাৰতৰ ভয়ংকৰ আক্ৰমণ।  প্ৰায় ১০০খন যুঁজাৰু বিমানেৰে পাকিস্তানৰ মূল মূল স্থানত মিছাইল নিক্ষেপ কৰিছে ভাৰতে। শেহতীয়াকৈ খবৰ আহিছে যে, ভাৰতীয় সেনাই পাক প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ পৰা কিছু নিলগত নিক্ষেপ কৰিছে মিছাইল। পাক প্ৰধানমন্ত্ৰীৰ ঘৰৰ পৰা প্ৰায় ২০কিলোমিটাৰ নিলগত পৰিছেগৈ ভাৰতৰ এই মিছাইল।

Advertisment

কেৱল প্ৰধানমন্ত্ৰীয়ে নহয়, পাকিস্তানৰ সেনা প্ৰধানৰ বাসভৱনৰ সমীপতেও মিছাইল নিক্ষেপ কৰিছে ভাৰতে। ইফালে ভাৰতে পাকিস্তানৰ আৰু এখন যুজাঁৰু বিমান ভূপতিত কৰাৰ খবৰ আহিছে। বৰ্তমানলৈ মুঠ ৪খন বিমান ভূপতিত কৰিছে ভাৰতে। পাঠানকোটত পাকিস্তানৰ এই বিমান ভূপতিত কৰিছে ভাৰতে। 

ভাৰত-পাকিস্তান