উত্তপ্ত যোৰহাট! যিকোনো মুহূৰ্ততে হ'ব লাঠিচাৰ্জ...

যোৰহাটত মহান শিল্পীজনৰ শেষকৃত্য হোৱাটো বিচাৰিছে যোৰহাটবাসীয়ে। ইয়াকে লৈ যোৰহাটত প্ৰতিবাদ কৰিছিল একাংশই। পৰিস্থিতি নিয়ন্ত্ৰণ তথা পথ মুকলিৰ বাবে যিকোনো মুহূৰ্ততে বল প্ৰয়োগ কৰিব পাৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • উত্তপ্ত হৈ পৰিছে যোৰহাটৰ পৰিস্থিতি
  • অজন্তা বাইপাছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিছে একাংশই
  • পৰিস্থিতি নিয়ন্ত্ৰণ তথা পথ মুকলিৰ বাবে যিকোনো মুহূৰ্ততে বল প্ৰয়োগ কৰিব পাৰে আৰক্ষীয়ে
  • প্ৰতিবাদস্থলীত উপস্থিত আৰক্ষীৰ বৃহৎ দল
  • লাঠিচাৰ্জ কৰিব পাৰে আৰক্ষীয়ে
  • প্ৰতিবাদকাৰীক সেই ঠাইৰ পৰা আঁতৰি দিবলৈ আহ্বান জনাইছে আৰক্ষী-প্ৰশাসনে

যোৰহাট