New Update
/asomiyapratidin/media/media_files/2025/06/01/ugo2HqNLAKUUVOdg8S61.jpg)
- যোৰহাটৰ সেনা চাউনীৰ পৰা গ্ৰেপ্তাৰ পাক চোৰাংচোৱা।
- সেনা চাউনীটোত ৱেল্ডিঙৰ কামত নিয়োজিত আছিল লোকজন।
- গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম চামছুল ইছলাম।
- ইছলামে বহু গোপন তথ্য পাকিস্তানক দিয়া সন্দেহ।
- লোকজনৰ ঘৰ বিলাসীপাৰাত।
- কৰ্মসূত্ৰে চামছুল আছিল যোৰহাটৰ সেনা চাউনীত।
- যোৰহাট আৰক্ষীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us