যোৰহাটৰ শেহতীয়া খবৰ কি...

 যোৰহাটৰ শেহতীয়া খবৰ কি...
  • যোৰহাটত অগ্ৰগতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে গৌৰৱ গগৈয়ে।

  • কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই মূৰ্হুত লৈকে লাভ কৰিছে ১৩৪৩২২টা ভোট।

  • ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন গগৈয়ে লাভ কৰিছে ১১২৯৯৮টা ভোট।

  • বিজেপি প্ৰাৰ্থগৰাকীতকৈ গৌৰৱ গগৈয়ে ২১,২২৪টা ভোট আগবাঢ়ি আছে।

  • উল্লেখ কৰা প্ৰয়োজন যে, EVMৰ ২৬৮৭২৩টা ভোটৰ গণনা হৈছে এই মূৰ্হুতলৈকে।

  • ইয়াৰে ৫৩.১২শতাংশ ভোট লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।

  • বিজেপি প্ৰাৰ্থীয়ে তপন গগৈয়ে লাভ কৰা ভোটৰ শতাংশ গৈছে ৪৪.৯ শতাংশ।

  • নটাত এই মূৰ্হুতলৈকে ০.৯শতাংশ লোকে ভোট পৰিছে যোৰহাট লোকসভা সমষ্টিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in