ক্ষেত্রীৰ ৩নং ঔজাৰিত নৃশংস হত্যাকাণ্ড

ক্ষেত্রীৰ ৩নং ঔজাৰিত নৃশংস হত্যাকাণ্ড। পাৰিবাৰিক কন্দলৰ পৰিণতিত ভাতৃৰ হাতত নিহত ককায়েক।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • ক্ষেত্রীৰ ৩নং ঔজাৰিত নৃশংস হত্যাকাণ্ড।
  • পাৰিবাৰিক কন্দলৰ পৰিণতিত ভাতৃৰ হাতত নিহত ককায়েক।
  • নিহত লোকজনৰ নাম উপেন্দ্র দাস।
  • দুই ভাতৃ ৰঞ্জিত দাস, অজিত দাসৰ আক্রমণত গুৰুতৰভাৱে আহত উপেন্দ্র দাস।
  • বহু সময় ধৰি ৰাজপথতে পৰি থাকে আঘাতপ্রাপ্ত উপেন্দ্র দাস।
  • পিছত আৰক্ষীয়ে চিকিৎসাণলয়ত ভৰ্তি কৰাই যদিও মৃত্যু ঘটে লোকজনৰ।
  • ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুই ভাতৃ ৰঞ্জিত আৰু অজিতক।
Assam police