চিলাপথাৰৰ দীপাৰ ৫১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ট্রেক্টৰৰ পিছফালে খুন্দা তীব্রবেগী চাৰিচকীয়া বাহনৰ। ইপিনে দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক।

author-image
Asomiya Pratidin
New Update
image (11)

ডিজিটেল ডেস্কঃ  চিলাপথাৰৰ দীপাৰ ৫১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্রেক্টৰৰ পিছফালে খুন্দা তীব্রবেগী চাৰিচকীয়া বাহনৰ। ইপিনে দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক।নিহত যুৱক দুজন ডেকাপামৰ অচিন পেগু আৰু সুশীল দলে।

উল্লেখ্য যে, TMPKৰ সক্রিয় সদস্য আছিল দুয়োজন। দুৰ্ঘটনাত আন তিনিজন গুৰুতৰভাৱে আহত হয়। আহতসকলক স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্রেৰণ কৰে আৰক্ষীয়ে। 

চিলাপথাৰ