যোগীঘোপাৰ কাবাইটাৰীত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডত প্রায় ২ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ যোগীঘোপাৰ কাবাইটাৰীত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ভস্মীভূত হয় এখন ব্যৱসায়িক প্রতিষ্ঠান।মহিদুল ৰহমানৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত এই অগ্নিকাণ্ড সংঘটিত হয়। 

3

অগ্নিকাণ্ডত প্রায় ২ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। ইপিনে কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰীগৰাকীয়ে। দুখন অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।  

2

যোগীঘোপা