New Update
/asomiyapratidin/media/media_files/2026/02/06/whatsapp-ima-2026-02-06-23-29-37.jpeg)
- যোগীঘোপাত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান
- অভিযানত বুজন পৰিমাণৰ ড্রাগছসহ গ্রেপ্তাৰ এটা সৰবৰাহকাৰী
- ধৃত সৰবৰাহকাৰীটো ধুবুৰীৰ চাপৰ কাজিপাৰাৰ ৰিয়াজুল ইছলাম
- আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ কৰে ১৩.৬ গ্রাম হেৰ’ইন
- অভিযানত আৰক্ষীয়ে AS-19 P 9300 নম্বৰৰ এখন স্কুটীও জব্দ কৰে আৰক্ষীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us