চাকৰি দিয়াৰ নামত প্রৱঞ্চনা, জনতা ভৱনৰ পৰা আটক দালাল

জনতা ভৱনৰ পৰা আটক এটা দালালক। চাকৰি দিয়াৰ নামত প্রৱঞ্চনা কৰিছিল দালালটোৱে। দালালটো মিণ্টু ডেকা বুলি জানিব পৰা গৈছে। ভুৱা নিযুক্তি পত্রৰে দালালি কৰিছিল মিণ্টুৱে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
জনতা ভৱনৰ পৰা আটক দালাল

জনতা ভৱনৰ পৰা আটক দালাল

  • জনতা ভৱনৰ পৰা আটক এটা দালালক
  • চাকৰি দিয়াৰ নামত প্রৱঞ্চনা কৰিছিল দালালটোৱে
  • দালালটো মিণ্টু ডেকা বুলি জানিব পৰা গৈছে
  • মিণ্টু ডেকা জনতা ভৱনত কৰ্মৰত ষ্টেন’গ্রাফাৰ
  • ভুৱা নিযুক্তি পত্রৰে দালালি কৰিছিল মিণ্টুৱে
  • ঘটনাৰ সৈতে জড়িত আন এগৰাকী মহিলাকো আটক
  • ধৃত মহিলাগৰাকীৰ নাম মামণি কলিতা বুলি জানিব পৰা গৈছে
  • মামণি কলিতা নামৰ মহিলাগৰাকীয়ে ধন দিবলৈ আহিছিল মিণ্টুক
  • জনতা ভৱনৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰে দালালটোক
  • পৰৱৰ্তী সময়ত মিণ্টু ডেকাক গতাই দিয়ে দিছপুৰ আৰক্ষীক
জনতা ভৱন