New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/resizer.jpg)
- দেশত কম মূল্যতে উপলব্ধ জিঅ'ৰ ইণ্টাৰনেট সেৱা।
- জিঅ'ই সমগ্ৰ দেশত সম্প্ৰসাৰিত কৰিছে গীগা ফাইবাৰ নেটৱৰ্ক।
- সমগ্ৰ দেশতে ২০২০ চনলৈকে ৪জি সেৱা প্ৰদানৰ লক্ষ্য।
- ৪জি নেটৱৰ্কৰ দ্বাৰা সংযোগ হ'ব দেশৰ প্ৰতিগৰাকী গ্ৰাহক।
- বৃহস্পতিবাৰে এই ঘোষণা কৰিলে মুকেশ আম্বানীয়ে।
- আম্বানীয়ে কয় '৪জিৰ পিছত এইবাৰ ৫জি সেৱাৰ বাবে সাজু হৈছে ভাৰত।'