জিঅ’ বাম্পাৰ অফাৰ, ৩৯৯ টকা ৰিচাৰ্জ কৰি লাভ কৰক ১০০০ টকা

জিঅ’ বাম্পাৰ অফাৰ, ৩৯৯ টকা ৰিচাৰ্জ কৰি লাভ কৰক ১০০০ টকা

author-image
asomiyapratidin
New Update
জিঅ’ৰ অফাৰ, একেলগে কৰক ৬ মাহলৈ ৰিচাৰ্জ…

ডিজিটেল ডেস্কঃ নৱবৰ্ষ উপলক্ষে ৰিলায়েঞ্চ জিঅ'য়ে আগবঢ়াইছে হেপী নিউ ইয়েৰ অফাৰ। প্ৰতিষ্ঠানটোৱে ৩৯৯ টকাৰ ৰিচাৰ্জত এক বিশেষ অফাৰৰ অধীনত আগবঢ়াব ১০০ শতাংশ কেচবেক। প্ৰতিষ্ঠানটোৱে ইয়াৰ অনলাইন সহযোগী প্ৰতিষ্ঠান আ জি অ'ৰ সহযোগীতাত এই অভাৰ আগবঢ়াইছে।

Advertisment

গ্ৰাহকসকলে ৩৯৯ টকাৰ ৰিচাৰ্জ কৰিলে আ জি অ' কুপনৰ ৰূপত এই মূল্যৰ সম্পূৰ্ণ কেচ বেক লাভ কৰিব। আ জি অ'ৰ এই ৩৯৯ টকাৰ কেচ বেকৰ কুপন গ্ৰাহকৰ মাই জিঅ' এপৰ মাই কুপনচ শাখাত জমা হ'ব। লাভ কৰা এই কুপনেৰে আ জি অ' এপত বা ৱেবচাইটত গ্ৰাহকসকলে নূন্যতম ১০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।