ঝাৰখণ্ডত ৪৬খন আসনৰ শেহতীয়া ফলাফল লাভ কৰা হৈছে। ইয়াৰ ৩১খনত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী। ১৪খনত আগবাঢ়ি আছে ইণ্ডিয়াৰ প্ৰাৰ্থী। এখনত আগবাঢ়ি আছে অন্যান্য দলৰ প্ৰাৰ্থী। ৰাজ্যখনত মুঠ আসনৰ সংখ্যা ৮১খন।