New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/jee-green-f949-f554-47a7-8588-498b39e7823d.jpg)
- NEET-JEE পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
- শুকুৰবাৰে গ্ৰহণ কৰা শুনানিত এই ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।
- এই দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত পুনৰ বিচাৰৰ বাবে দাখিল কৰা হৈছিল আৱেদন।
- এই আৱেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।