New Update
/asomiyapratidin/media/media_files/2025/01/07/qjGgvGKSarmjOb0DZMm1.jpg)
এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি Photograph: (এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি )
- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কান্ধত নতুন দায়িত্ব।
- এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চণ্ডীগড়ত হোৱা এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ বাৰ্ষিক সাধাৰণ সভাত এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
- বৰ্তমান আছাম এথলেটিক এছ"চিয়েচনৰ সভাপতিৰ দায়িত্বত আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us