/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/114859d1-df4b-4d62-bf8d-4176bbd096a8/ddd.jpg)
অসুস্থ মন্ত্ৰী জয়ন্তমল্ল বুৰৱা, .
-
গুৰুতৰভাৱে অসুস্থ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।
-
বৃহস্পতিবাৰে দলীয় কাম-কাজত ব্যস্ত হৈ থাকোতেই অসহ্য পেটৰ বিষত ভুগে মন্ত্ৰীগৰাকী।
-
ততাতৈয়াকৈ তেওঁক জি এম চি এইচলৈ নিয়া হয়।
-
জি এম চি এইচৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষাত অন্তত তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিবৰ বাবে পৰামৰ্শ প্ৰদান কৰে।
-
সেই অনুসৰি মন্ত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে দিল্লীলৈ।
-
গল্ড ব্লাডাৰ জনিত ৰোগত মন্ত্ৰী বৰুৱা আক্ৰান্ত বুলি জানিব পৰা গৈছে।