New Update
/asomiyapratidin/media/media_files/2026/03/09/new-ap-web-jayanta-2026-03-09-16-43-28.jpg)
- অৱশেষত কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত খাউণ্ডে।
- প্ৰদেশ কংগ্ৰেছ আৰু এ আই চি চিৰ নেতৃত্বৰ উপস্থিতিত যোগদান।
- দুদিন পূৰ্বে অসম গণ পৰিষদ ত্যাগ কৰিছিল তেওঁ।
- তাৰ পাছতে খাউণ্ডক লগত লৈ নতুন দিল্লীত সংবাদমেল গৌৰৱ গগৈৰ।
- হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ বাবে অসমে মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে বুলি মন্তব্য।
- সংবাদমেলত উপস্থিত থাকে তত্বাৱধায়ক জিতেন্দ্ৰ সিং।
- ৰঙানদী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে জয়ন্ত খাউণ্ড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us